ক্ৰমিক নং | চৰকাৰী পদবী | অসম ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘৰ পদবী |
১ | কৃষি উত্পাদক আয়ুক্ত, অসম | সভাপতি |
২ | অসম চৰকাৰৰ সচিব, কৃষি বিভাগ | উপ- সভাপতি |
৩ | মুখ্য কাৰ্য্যবাহী বিষয়া, অসম ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘ | সদস্য- সচিব |
৪ | কৃষি সঞ্চালক, অসম, খানাপাৰা, | সদস্য |
৫ | মুখ্য কাৰ্য্যবাহী বিষয়া, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ | সদস্য |
৬ | সঞ্চালক, উদ্যোগ, অসম | সদস্য |
৭ | বিত্ত বিভাগৰ প্ৰতিনিধি | সদস্য |
৮ | সভাপতি, সদৌ অসম পথাৰ পৰিচালনা সমিতি | সদস্য |
৯ | অসম ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘৰ প্ৰতিনিধি | সদস্য |