মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসমৰ ক্ষুদ্ৰ খেতিয়কসকলৰ কৃষি ব্যৱসায় সংঘ

উদোগিক মূলধন সহযোগিতাআঁচনিৰ বাবে আবেদন

আকস্মিক মূলধন সাহায্য প্ৰস্তাৱৰ প্ৰক্ৰিয়াকৰণৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰৰ তালিকা

  • আমাৰ ৱেবছাইটত উপলব্ধ ষ্টেণ্ডাৰ্ড ফৰ্মেটত আবেদন পত্ৰ।
  • ক্ষুদ্ৰ খেতিয়কসকলৰ কৃষি ব্যৱসায় সংঘ, নতুন দিল্লীৰ প্ৰৱন্ধ নিৰ্দেশকলৈ সম্বোধন কৰা, ফাৰ্ম/কোম্পানীৰ মূল পত্ৰ শীৰ্ষকৰ প্ৰৱৰ্তকৰ অনুৰোধ পত্ৰ।
  • চুপাৰিছ কৰা শাখালৈ সম্বোধন কৰা অনুমোদন কৰ্তৃপক্ষৰ অনুমোদন পত্ৰ।
  • অনুমোদন কৰ্তৃপক্ষৰ চহী সম্বলিত, বেংকৰ অনুমোদিত গুণগ্ৰাহিতা/ক্ৰমোন্নতিৰ টোকা।
  • ক্ষুদ্ৰ খেতিয়ক উত্পাদকসকলৰ ওপৰত সম্ভাৱ্য প্ৰভাৱ
  • সামাজিক প্ৰভাৱ, (খ) পৰিবেশগত প্ৰভাৱ, (গ) শংকা বিশ্লেষণ, (ঘ) পুনৰাবৃত্তি গুণক
  • প্ৰত্যেকটো পৃষ্টাতে শাখা প্ৰৱন্ধকৰ দ্বাৰা যথাযথভাৱে স্বাক্ষৰ কৰা, তাৰিখ তথা প্ৰেৰণ নম্বৰৰ সৈতে বেংকৰ মূল পত্ৰ শীৰ্ষকত উদোগিক মূলধন সহযোগিতাৰ পৰিমাণ সম্বলিত নিৰ্দষ্ট চুপাৰিছ।
  • বেংকৰ দ্বাৰা নিশ্চিত কৰা ৰূপায়ণৰ সময়সূচী।
  • সীমিতকালীন ঋণ বা নগদ ধাৰৰ (যদিহে মঞ্জুৰী হয়)
  • সমদৰ্শী প্ৰমাণপত্ৰ (ক) অংশীদাৰী বা মালিকীস্বত্বৰ ফাৰ্মৰ ক্ষেত্ৰত CA প্ৰমাণপত্ৰ (খ) কোম্পানীৰ বাবে ROCসহপূৰ কৰা প্ৰপত্ৰ – ২, প্ৰপত্ৰ – ৫ আৰু প্ৰপত্ৰ – ২৩।
  • সমৰ্থক আৰু বেংকৰ দ্বাৰা নিশ্চিত কৰা খেতিয়কসকলৰ তালিকা (পশ্চাদৱৰ্ত্তী সংযোগ ব্যৱস্থা)
  • সমৰ্থকৰ পৰা এফিডেভিট যে তেওঁলোকে আগতে SFACৰ পৰা CVA লাভ কৰা নাই।
  • শেহতীয়া তাৰিখৰ হিচাপত বেংক বিষয়াৰ ক্ষেত্ৰ পৰিদৰ্শন প্ৰতিবেদন।
Downloads
TitleSizeDetail
PDF icon Application Form for VCAS137.84 KBswf-image