মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসমৰ ক্ষুদ্ৰ খেতিয়কসকলৰ কৃষি ব্যৱসায় সংঘ

কৃষক – উত্পাদক সংগঠন

অভিযান

  • আৰ্থিকভাৱে সক্ষম, গণতান্ত্ৰিক আৰু স্ব-শাসিত কৃষক-উত্পাদক সংগঠনক বিজ্ঞাপিত আৰু সমৰ্থন কৰা।
  • অভিজ্ঞ আৰু নিৰ্পূণ প্ৰতিষ্ঠানৰ দ্বাৰা তেনে কৃষক-উত্পাদক সংগঠনক সমৰ্থন কৰা আৰু সহায় আগবঢ়োৱা।
  • তেনে কৃষক-উত্পাদক সংগঠন সমূহক সবল কৰিবৰ বাবে পলিচি, প্ৰযুক্তিগত জ্ঞান, বিত্তীয় আৰু অৱগাঠনিক সহযোগিতা আৰু যোগান ধৰা।
  • কৃষক উত্পাদক সংগঠনসমূহৰ বিক্ৰেতা আৰু কিনোতা দুয়োটা ৰূপত বজাৰ দখল কৰা দেখা দিয়া বাধাসমূহ দূৰ কৰা।
  • কৃষক-উত্পাদক, সংগঠনসমূহত পলিচি বিনিয়োগৰ পৰিবেশ সৃষ্টি কৰি এইবিলাকৰ সংযুক্ত উত্পাদন আৰু বজাৰ ক্ষমতা বৃদ্ধি কৰা।