মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসমৰ ক্ষুদ্ৰ খেতিয়কসকলৰ কৃষি ব্যৱসায় সংঘ

কৃষক – উত্পাদক সংগঠন

লক্ষ্য

কৃষক উত্পাদক সংগঠনসমূহক সহায় তথা সহযোগ কৰি এক উন্নতিশীল আৰু সবল কৃষি ক্ষেত্ৰৰ নিৰ্মাণ কৰা যাৰ দ্বাৰা কৃষকসকলক ব্যৱহাৰিক, লাভজনক আৰু দীৰ্ঘস্থায়ী সম্পদৰ ব্যৱহাৰ কৰি উত্পাদন ক্ষমতা বৃদ্ধি কৰা আৰু তেওঁলোকৰ উত্পাদনৰ বিনিময়ত উচ্চ আয়ৰ বাবে চৰকাৰৰ দ্বাৰা সমৰ্থিত বিভিন্ন কায্যসমূহ যৰ্থাথতা উপলব্ধি কৰি সংন্থা, গৱেষণা সংস্থা, অসামৰিক সমাজ আৰু বেচৰকাৰী খণ্ডৰ সৈতে ফলপ্ৰসু সহযোগিতা গঢ়ি তোলা।