মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসমৰ ক্ষুদ্ৰ খেতিয়কসকলৰ কৃষি ব্যৱসায় সংঘ

কৃষক – উত্পাদক সংগঠন

সুযোগ আৰু ব্যাপ্তি

  • এই পলিচিৰ সুবিধাসমূহ কোম্পানী আইন বা অন্য কোনো কেন্দ্ৰীয় বা ৰাজ্যিক সমবায়চ’ছাইটি আইনৰ অধীনত পঞ্জীভূত কৃষক-উত্পাদক সংগঠন, সকলোৰে বাবে প্ৰযোজ্য হ’ব আৰু আন কৃষক উত্পাদক সংগঠন যিয়ে এই পলিচিৰ সূচনাৰ পিছত পঞ্জীভূত কৰিব, তেওঁলোকো যোগ্য বিবেচিত হ’ব।
  • এটা কৃষক-উত্পাদক সংগঠনৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ অধীনত উপলব্ধ বিভিন্ন আঁচনি আৰু সুবিধাসমূহ লাভ কৰা মুখ্য যোগ্যতা নিবাৰক বৈশিষ্ট্যসমূহ হৈছে যে এনে সংগঠনৰ কৃষকসকলৰ দ্বাৰা পঞ্জীভূত আৰু শাসিত হ’ব লাগিব আৰু সংগঠন মূল লক্ষ্য হ’ব কৃষি আৰু আনুসংগিক কায্যসমূহত গুৰুত্ব আৰোপ কৰা।