মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসমৰ ক্ষুদ্ৰ খেতিয়কসকলৰ কৃষি ব্যৱসায় সংঘ

প্ৰকল্প উন্নয়নৰ সুবিধা

যোগ্য ব্যক্তি

এনে আঁচনিৰ অধীনত ব্যক্তি, কৃষক, উত্পাদক গোট, অংশীদাৰিত্ব বা মালিকানাধীন উদ্যোগ, আত্মসহায়ক গোট, কোম্পানী, কৃষি-ৰপ্তানী অঞ্চলৰ সংস্থা আৰু কৃষি বিজ্ঞানৰ ডিগ্ৰীধাৰী ব্যক্তি বা একোটা গোটক কৃষি-ব্যৱসায় স্থাপনৰ বাবে সহযোগিতা আগবঢ়োৱা হয়।

পেশাদাৰী ব্যৱস্থাপনা আৰু দায়িত্ব লাভ কৰিবৰ বাবে এনে গোটসমূহে সংশ্লিষ্ট আইনৰ অধীনত কোম্পানী বা উত্পাদক কোম্পানীৰ গঠন কৰিব লাগিব।