- চৰকাৰী খণ্ডৰ বেংকৰ বিজ্ঞাপিত পৰামৰ্শদাতা/সংন্থা।
- ৰাজ্য চৰকাৰৰ দ্বাৰা বিজ্ঞাপিত পৰামৰ্শদাতা/সংস্থা।
- পেশাদাৰ গোটৰ দ্বাৰা বিজ্ঞাপিত পঞ্জীয়নভূত পৰামৰ্শদাতা উদ্যোগ
- স্বতন্ত্ৰ পৰামৰ্শদাতা/মালিকানাধীন উদ্যোগ।
তদুপৰি, আবেদনকাৰী সংস্থা/ব্যক্তি নিম্নতম স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। (ইউ.জিচি/এ.আই.চি.টি.ই/চাটাৰ্ড একাউটেণ্ট প্ৰতিষ্ঠান, ভাৰতৰ দ্বাৰা অনুমোদিত) আৰু নিম্নলিখিত যিকোনো এটা বিষয়ত অভিজ্ঞতাসম্পন্ন হোৱাটো প্ৰয়োজনীয়ঃ
- কৃষি, উদ্যানপালন, কৃষি-ব্যৱসায়, কৃষি প্ৰক্ৰিয়াজাতকৰণ, খাদ্য প্ৰক্ৰিয়াকৰণ, অভিযান্ত্ৰিক, মীনপালন, দুগ্ধ আৰু পশুপালন, বিত্ত, গ্ৰাম্য ব্যৱস্থাপনা।
- চাটাৰ্ড একাউনটেন্ট