মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসমৰ ক্ষুদ্ৰ খেতিয়কসকলৰ কৃষি ব্যৱসায় সংঘ

উদ্যোগিক মূলধন সহযোগিতা আঁচনি (ভেঞ্চাৰ কেপিটেল এচিষ্টেন্স স্কীম)

পৰামৰ্শদাতাৰ নথিভুৰ্ক্তৰ বাবে প্ৰয়োজনীয় যোগ্যতা নিৰ্ধাৰক বৈশিষ্ট্য

  • চৰকাৰী খণ্ডৰ বেংকৰ বিজ্ঞাপিত পৰামৰ্শদাতা/সংন্থা।
  • ৰাজ্য চৰকাৰৰ দ্বাৰা বিজ্ঞাপিত পৰামৰ্শদাতা/সংস্থা।
  • পেশাদাৰ গোটৰ দ্বাৰা বিজ্ঞাপিত পঞ্জীয়নভূত পৰামৰ্শদাতা উদ্যোগ
  • স্বতন্ত্ৰ পৰামৰ্শদাতা/মালিকানাধীন উদ্যোগ।

তদুপৰি, আবেদনকাৰী সংস্থা/ব্যক্তি নিম্নতম স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। (ইউ.জিচি/এ.আই.চি.টি.ই/চাটাৰ্ড একাউটেণ্ট প্ৰতিষ্ঠান, ভাৰতৰ দ্বাৰা অনুমোদিত) আৰু নিম্নলিখিত যিকোনো এটা বিষয়ত অভিজ্ঞতাসম্পন্ন হোৱাটো প্ৰয়োজনীয়ঃ

  • কৃষি, উদ্যানপালন, কৃষি-ব্যৱসায়, কৃষি প্ৰক্ৰিয়াজাতকৰণ, খাদ্য প্ৰক্ৰিয়াকৰণ, অভিযান্ত্ৰিক, মীনপালন, দুগ্ধ আৰু পশুপালন, বিত্ত, গ্ৰাম্য ব্যৱস্থাপনা।
  • চাটাৰ্ড একাউনটেন্ট