মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসমৰ ক্ষুদ্ৰ খেতিয়কসকলৰ কৃষি ব্যৱসায় সংঘ

উদ্যোগিক মূলধন সহযোগিতা আঁচনি (ভেঞ্চাৰ কেপিটেল এচিষ্টেন্স স্কীম)

উদ্যোগিক মূলধন সহযোগিতা আঁচনিৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ

  • আমাৰ ৱেবছাইটত উপলব্ধ আবেদন পত্ৰৰ।
  • ব্যৱস্থাপনা সঞ্চালক, ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায়ক উদ্দেশ্যি উদ্যোগ/কম্পেনীৰ লেটাৰ হেডত কৃষি সহায়কৰ নিবেদন পত্ৰ।
  • অনুমোদন কতৃপক্ষৰ পৰামৰ্শকাৰী বিভাগক অনুমোদন পত্ৰ।
  • অনুমোদন কতৃপক্ষৰ চহী থকা আৰু বেংকৰ দ্বাৰা মঞ্জুৰি প্ৰাপ্ত গুণগ্ৰাহিতা প্ৰক্ৰিয়াৰ খতিয়ান।
  • ক্ষুদ্ৰ খেতিয়কৰ ওপৰত পৰিবপৰা সাম্ভাব্য প্ৰভাৱ (ক) সামাজিক প্ৰভাৱ (খ) পৰিবেশৰ ওপৰত প্ৰভাৱ (গ) সংশয় বা সংস্কাৰ পৰ্যবেশন, (ঘ) প্ৰতিলিপিৰ কাৰক।
  • বেংকৰ মূল লেটাৰ হেডত প্ৰকৃত তাৰিখ, প্ৰেৰণ কৰা ক্ৰমিক নং আৰু নিদিষ্ট ছুপাৰিছৰ লগতে উদ্যোগিক মূলধন সহযোগিতাৰ পৰিমাণ উল্লেখ কৰি শাখা প্ৰবন্ধকৰ দ্বাৰা প্ৰতিটো পৃষ্ঠাত চহী।
  • বেংকৰ দ্বাৰা নিশ্চিত কৰা কাৰ্য্যকৰীকৰণৰ অনুসূচী।
  • ঋণ আৰু নগদ ধন (যদি অনুমোদিত)ৰ শেষতীয়া বিবৃতি।
  • ইক্যুইটি প্ৰমাণ পত্ৰ(ক) অংশীদাৰিত্ব বা মালিকানাধীন উদ্যোগৰ ক্ষেত্ৰত চি.এ. চাটিফিকেট কোম্পানীৰআৰ.ও.চি.ৰ সৈতে ফৰ্ম-2, ফৰ্ম-5 আৰু ফৰ্ম 23ৰ ইকুইটি প্ৰমাণ পত্ৰ
  • সহায়ক আৰু বেংকৰ দ্বাৰা নিশ্চিত কৰা খেতিয়কৰ তালিকা (পিছপৰা)
  • সহায়ক শপতনামা যে তেওঁলোকে অতীতত ক্ষুদ্ৰ খেতিয়ক কৃষি ব্যৱসায় সংঘৰ পৰা কোনোধৰৰণৰ উদ্যোগিক মূলধন সহযোগিতা লাভ নাই কৰা।
  • শেহতীয়া তাৰিখৰ বেংক বিষয়াৰ দ্বাৰা সম্পন্ন হোৱা ক্ষেত্ৰ নিৰীক্ষণৰ প্ৰতিবেদন।