মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসমৰ ক্ষুদ্ৰ খেতিয়কসকলৰ কৃষি ব্যৱসায় সংঘ

উদ্যোগিক মূলধন সহযোগিতা আঁচনি (ভেঞ্চাৰ কেপিটেল এচিষ্টেন্স স্কীম)

অসমৰ বাবে উদ্যোগিক মূলধন সহযোগিতা

ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘয়ে কৃষি ব্যৱসায় প্ৰকল্পৰ বাবে সুতৰহিত উদ্যোগিক মূলধন সুলভ ঋণৰ ৰূপত অনুমোদন কতৃপক্ষই চিহ্নিত কৰা বিত্তীয় ফাঁক পূৰ্ণ কৰিবৰ বাবে আগবঢ়াই।

ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায়ঃ সংঘয়ে অসমৰ বাবে উদ্যোগিক মূলধন সহযোগিতা অসমৰ নিম্নলিখিত ধৰণৰঃ

  • কৃষি সহায়কৰ শ্বেয়াৰৰ পৰা ৪০ শতাংশ
  • ৫০ লাখ টকা