মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসমৰ ক্ষুদ্ৰ খেতিয়কসকলৰ কৃষি ব্যৱসায় সংঘ

উদ্যোগিক মূলধন সহযোগিতা আঁচনি (ভেঞ্চাৰ কেপিটেল এচিষ্টেন্স স্কীম)

যোগ্যতা নিৰ্ধাৰক বৈশিষ্ট্যসমূহ

এই আঁচনিৰ সুবিধাসমূহ নিম্নলিখিত লোকে উপভোগ কৰিব পাৰিব।

  • ব্যক্তি
  • কৃষক
  • কৃষক উত্পাদনকাৰী সংস্থা
  • অংশীদাৰিত্ব/মালিকানধীন উদ্যোগ
  • আত্মসহায়ক গোট
  • কোম্পানী
  • কৃষি উদ্যোগিক
  • কৃষি-ৰপ্তানি এলেকাৰ সংস্থা
  • কৃষি বিভাগত ডিগ্ৰীধাৰী সংস্থা
  • কৃষি বিভাগত ডিগ্ৰীধাৰী ব্যক্তি বা গোট।