মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসমৰ ক্ষুদ্ৰ খেতিয়কসকলৰ কৃষি ব্যৱসায় সংঘ

উত্তৰ পূব ক্ষেত্ৰৰ বাবে জৈৱ উপকাৰিতাৰ ধাৰা বিকাশৰ অভিযান

অভিযানৰ উদ্দেশ্যসমূহ

    • শস্য সম্বন্ধীয় নিৰ্দিষ্টজৈৱ উপকাৰিতা ধাৰাৰ গঠন কৰা আৰু বনৰীয়া শস্য ৰোপন অৰগেনিক পশুসম্পত্তি ব্যৱস্থাপনা আৰু প্ৰক্ৰিয়াকৰণ আৰু অৰগেনিক কৃষি উত্পাদনৰ মাৰ্কেটিং যাৰ বাবে নিম্নলিখিত প্ৰক্ৰিয়াৰ সহায় লোৱা হয়ঃ
  1. যাৱতীয় অৱগাঁঠনিক, প্ৰযুক্তিগত আৰু বিত্তীয় সহায়ৰ দ্বাৰা শস্য সম্বন্ধীয়জৈৱ উত্পাদনৰ বিকাশ।
  2. যাৱতীয় অৱগাঁঠনিক, প্ৰযুক্তিগত আৰু বিত্তীয় সহায়ৰ দ্বাৰা শস্য সম্বন্ধীয়জৈৱ উত্পাদনৰ বিকাশ।
  3. কৃষক আৰু  জৈৱ ব্যৱসায়ৰ অংশীদাৰিত্বৰ সুবিধা কৰিঃ ঘৰুৱা আৰু ৰপ্তানি বজাৰতস্থানীয় উদ্যোক্তা আৰু কৃষক উত্পাদক উদ্যোগৰ অহৰহ দীৰ্ঘদিনীয়া বানিজ্যিক সম্বন্ধ স্থাপন কৰা।
  • জৈৱ উপকাৰিতাৰ ধাৰা বিকাশ আৰু বজাৰে উপলব্ধতাৰ বাবে প্ৰয়োজনীয় সহায় আগবঢ়াই প্ৰকল্পৰ বিকাশ আৰু অগ্ৰগতিৰ বাবে উপযুক্ত পৰিবেশৰ ব্যৱস্থা কৰা।
  • উত্পাদকসকলককৃষক স্বাৰ্থ গোটত সংবদ্ধ কৰি কৃষক-উত্পাদক উদ্যোক্তাসকলক সন্মিলিত কৰা।
  • পৰম্পৰাগত বা প্ৰচলিত কৃৰ্ষি পদ্ধতি সমূহ সলাই স্থানীয় সম্পদৰ উপলব্ধতাৰ ভিত্তিত দীৰ্ঘস্থায়ী, উচ্চ গুণ আৰু লাভযুক্ত বাণিজ্যিক জৈৱ উদ্যোগৰ সহায় লোৱা।
  • আদিৰ পৰা অন্তলৈকে উপযুক্ত উত্পাদন, প্ৰক্ৰিয়াকৰণ, সংৰক্ষণ আৰু বিক্ৰী কৰালৈকে পণ্য বিশেষ বাণিজ্যিকজৈৱ উপকাৰিতাৰ ধাৰা প্ৰস্তুত কৰা।
  • নিদিষ্ট পণ্য সামগ্ৰীৰ সংগ্ৰ একত্ৰীকৰণ, মূল্য সংযোজন, প্ৰক্ৰিয়াকৰণ, সংৰক্ষণ আৰু বজাৰ সংযোগৰ বাবে জৈৱিকউদ্যান/ক্ষেত্ৰ আদিৰনিৰ্মাণ কৰা।
  • উত্পাদক সংস্থা/উদ্যোগৰ মালিকানাধীনৰ অৰ্ন্তগত পূব-ক্ষেত্ৰৰ সামগ্ৰীৰ ব্ৰেণ্ড বা লেবেল গঠন কৰা।
  • সমগ্ৰ উপকাৰিতাৰ ধাৰাৰ গঠন, সহযোগিতা নিৰীক্ষণ আৰু কাৰ্যকলাপৰ বাবে ৰাজ্য বিশেষে নেতৃত্ববহনকাৰী সংস্থা (অৰগেনিক সামগ্ৰী সমিতি বা জৈৱ অভিযান)ৰ গঠন।