উত্তৰ পূব ক্ষেত্ৰৰ বাবে জৈৱ উপকাৰিতাৰ ধাৰা বিকাশৰ অভিযান আঁচনিখন একঅভিযানৰ ৰূপত ৰূপায়িত কৰা হব। ভাৰত চৰকাৰৰ পয্যায়ৰ অভিযানৰ গঠনাৱলীত ৰাষ্ট্ৰীয় পৰামৰ্শদাতা সমিতি(NAC)কাৰ্য্যবাহী সমিতি(EC),অভিযান নিৰীক্ষণ সমিতি (MMC)আৰু DAC&FWঅৱস্থিতঅভিযানৰমুখ্য কাৰ্য্যালয়ত সন্নিৱিষ্ট হব।
ৰাজ্যিক স্তৰত কাৰ্য্যনিৰ্বাহক সমিতিৰদ্বাৰাএইঅভিযানৰ ৰূপায়ণ কৰা হব আৰু একোটা নাম থকা ৰাজ্যিক নেতৃত্ববহনকাৰী সংস্থাৰ দ্বাৰা অৰগেনিক সামগ্ৰী সমিতি বা জৈৱ অভিযানৰ ৰূপত কাৰ্যকৰী কৰা হব। এই ৰাজ্যিক নেতৃত্ববহনকাৰী সংস্থাটোৱে কৃষি বিভাগক সম্পূৰ্ণ তত্ত্বাৱধানত কাৰ্য কৰিব আৰু চুক্তিমূলকভাৱে নিয়োজিত পেশাদাৰী বিশেষজ্ঞৰ দ্বাৰা এই ৰাজ্যিক নেতৃত্ববহনকাৰী সংস্থাক বলিষ্ঠ কৰা হব।
উদ্যোগমূলক মূলধন সহযোগিতা/ভেঞ্চাৰ কেপিটেল এছিচটেন্স বেংক বা ঋণ প্ৰদানকাৰী বিত্তীয় প্ৰতিষ্ঠানৰ পৰামৰ্শক্ৰমে ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘয়ে যোগ্যতা প্ৰতিপন্ন কৰা প্ৰকল্পসমূহক ভেঞ্চাৰ কেপিটেল প্ৰদান কৰিব। মূল পৰিশোধন সূচীমতে বেংক/বিত্তীয় প্ৰতিষ্ঠানৰ ঋণ পৰিশোধৰ পিছত এই ভেঞ্চাৰ কেপিটেল ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘঘূৰাইদিবলাগিব।
Title | Size | Detail |
---|---|---|
![]() | 121.12 KB | ![]() |