মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসমৰ ক্ষুদ্ৰ খেতিয়কসকলৰ কৃষি ব্যৱসায় সংঘ

উত্তৰ পূব ক্ষেত্ৰৰ বাবে জৈৱ উপকাৰিতাৰ ধাৰা বিকাশৰ অভিযান

অভিযানৰ লক্ষ্যসমূহ

  • কেন্দ্ৰ আৰু প্ৰতিখন ৰাজ্যৰ অধীনতজৈৱিক কৃষিৰ বাবে সৰ্মথিত প্ৰতিষ্ঠাপক ব্যৱস্থা।
  • উত্পাদক, হেঞ্জলাৰ, প্ৰক্ৰিয়াকাৰক আৰু বজাৰ সুবিধা প্ৰদানকাৰী সংস্থাৰ সহযোগিতাত প্ৰত্যেক ৰাজ্যত অন্ততঃ এটা বা দুটা অনুকৰণীয় জৈৱ উপকাৰিতা ধাৰা আৰ্হিৰ নিৰ্মাণ কৰা।
  • প্ৰায় ১০০ সংখ্যক কৃষক উত্পাদক উদ্যোগৰ গঠনৰ দ্বাৰা ৩০-৩৫ হাজাৰ উত্তৰ-পূব ক্ষেত্ৰৰ কৃষকসকলক সবল কৰি তোলা আৰু তেনে উদ্যোগসমূহক সম্পূৰ্ণ উপকাৰিতাৰ ধাৰাৰেসজিত কৰা।
  • পৰম্পৰাগত বা প্ৰচলিত কৃষি ব্যৱহাৰক বাণিজ্যিকজৈৱিক কৃষি ব্যৱস্থাৰে ৰূপান্তৰ কৰা।
  • উত্তৰ-পূব ৰাজ্যসমূহক ৰাষ্ট্ৰীয় আৰু আৰ্ন্তৰাষ্ট্ৰীয় বজাৰৰ বাবে অৰগেনিক সামগ্ৰীৰ মুখ্য যোগানকাৰী ৰূপে প্ৰতিষ্ঠিত কৰা।
  • উচ্চ উত্পাদন আৰু উন্নত লাভৰ বাবে উত্পাদন প্ৰক্ৰিয়াৰ উন্নীতকৰণ কৰা।
  • ৰাজ্যসমূহক নিজৰ ব্ৰেণ্ড প্ৰস্তুত কৰাত সহায় কৰা।