মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসমৰ ক্ষুদ্ৰ খেতিয়কসকলৰ কৃষি ব্যৱসায় সংঘ

অধিক
ইক্যুইটি অনুদান আৰু ক্ৰেডিট নিশ্চিত পুঁজিৰ
ইক্যুইটি গ্ৰাণ্ট আঁচনি

ইক্যুইটি গ্ৰাণ্ট আঁচনি মানে কি?

  • ইক্যুইটি অনুদান আঁচনিয়ে কৃষক উত্পাদক উদ্যোগসমূহক তেওঁলোকৰ শ্বেয়াৰৰ সৈতে সামঞ্জস্য ৰাখি ইকুইটি অনুদান প্ৰদান কৰে।
  • ইক্যুইটিঅনুদান আঁচনি (EGS) ক্ষুদ্ৰ খেতিয়ক কৃষি ব্যৱসায় সংঘৰ দ্বাৰা পৰিচালিত হব।
  • ইক্যুইটিঅনুদান আঁচনিয়ে কৃষক উত্পাদক উদ্যোগসমূহক তেওঁলোকৰ শ্বেয়াৰ হোল্ডাৰৰ ইক্যুইটি অৰিহণাৰ সম্য পৰিমাণৰ অনুদান লাভ কৰাত সহায় কৰে, যি হব পাৰে সবোচ্চ ১০ লাখ টকা প্ৰতি কৃষক উত্পাদক উদ্যোগ।
  • এই আঁচনিয়ে নতুনকৈ গঢ় লোৱা উদীয়মান কৃষক-উত্পাদক উদ্যোগসমূহক সহায় কৰিব, যিবোৰ উদ্যোগে আবেদন দাখিল কৰাৰ দিনালৈকে ৩০ লাখ টকা পয্যন্তৰহে ঋণ পৰিশোধ কৰিছে।