মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসমৰ ক্ষুদ্ৰ খেতিয়কসকলৰ কৃষি ব্যৱসায় সংঘ

অধিক
ইক্যুইটি অনুদান আৰু ক্ৰেডিট নিশ্চিত পুঁজিৰ
ক্ৰেডিট নিশ্চিত পুঁজি

ক্ৰেডিটনিশ্চিত পুঁজিৰঅনুমোদন

  • এই আঁচনিৰ চৰ্ত অনুযায়ী ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘয়ে ক্ৰেডিট নিশ্চিতি প্ৰদান কৰাৰ আগতে প্ৰস্তাৱটো নিৰীক্ষণ কৰিব।
  • এই আঁচনিৰ বাবে যিমানদূৰ সম্ভৱ, ঋণ প্ৰদান কৰা প্ৰতিষ্ঠানসমূহক বা ঋণ লওতা ব্যক্তিসকলক পুংখানুপুংখভাৱে নিৰীক্ষণ কৰা আৰু যাৱতীয় নথিপত্ৰৰ পয্যবেক্ষণ কৰা।
  • তেনে নিৰীক্ষণসমূহ হয় ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘ বিষয়া অথবাক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘৰ দ্বাৰা নিয়োজিত প্ৰক্ৰিয়াৰ দ্বাৰা সম্পন্ন কৰা হ’ব।
  • উপৰোক্ত প্ৰক্ৰিয়াৰ দ্বাৰা নিৰীক্ষণ কৰাৰ পিছত ইনভেষ্টমেণ্ট এণ্ড ক্লেইম চেট্লমেণ্ট কমিটি য়ে সংশ্লিষ্ট বেংকক ঋণ নিশ্চিতি সুৰক্ষা প্ৰদান কৰিব।
  • ঋণ প্ৰদান প্ৰতিষ্ঠানসমূহেবেংকৰপৰ্যায়তক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘৰ সৈতে চুক্তিবদ্ধ হ’ব লাগিব।