মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসমৰ ক্ষুদ্ৰ খেতিয়কসকলৰ কৃষি ব্যৱসায় সংঘ

অধিক
ইক্যুইটি অনুদান আৰু ক্ৰেডিট নিশ্চিত পুঁজিৰ
ক্ৰেডিট নিশ্চিত পুঁজি

যোগ্য ঋণ প্ৰতিষ্ঠানসমূহৰ নিৰ্দেশিকা

  • পাঁচ বছৰৰ সময়সীমা ভিতৰত সৰ্বোচ্চ দুবাৰৰ বাবে ঋণ সুবিধ লাভ কৰা নিশ্চিতি পাবৰ বাবে ঋণ প্ৰদান প্ৰতিষ্ঠানসমূহ যোগ্য বিবেচিত হ’ব।
  • যোগ্য ঋণ প্ৰদান প্ৰতিষ্ঠানসমূহ অনুমোদিত ঋণ ব্যৱস্থাৰ ৮৫ শতাংশ বা ৮৫ লাখ টকা, যিটোৱে কম, সিমান পৰিমাণৰ ঋণ নিশ্চিতি পাব।
  • কোনো অক্ষমতা বা অপাৰগতাৰ ক্ষেত্ৰত সৰ্বোচ্চ সহায়ৰ অৰ্থে মুঠ পৰিমাণ ৮৫শতাংশ ক্লেইম ধাৰ্য কৰিব পাৰি।
  • অন্যান্য ব্যয়সমূহ যেনে পেনেল সুদ, গৃহীত দায়িত্ব ব্যয়, সেৱাব্যয় বা আন খৰচ সমূহৰ যিয়ে কৃষক-উত্পাদক উদ্যোগৰ একাউণ্টৰ পৰা ঋণ প্ৰদান প্ৰতিষ্ঠানৰ দ্বাৰা গ্ৰহণ কৰা হৈছে, এই সকলোবোৰ ঋণ নিশ্চিতিৰ অন্তৰ্গত যোগ্য বিবেচিত হ’ব।
  • এনে ঋণ সুৰক্ষা তেতিয়াহে অনুমোদিত হ’ব যেতিয়া ঋণ প্ৰদান প্ৰতিষ্ঠানেক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘৰসৈতে চুক্তিবদ্ধ হ’ব।