মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ অসমৰ ক্ষুদ্ৰ খেতিয়কসকলৰ কৃষি ব্যৱসায় সংঘ

অধিক
ইক্যুইটি অনুদান আৰু ক্ৰেডিট নিশ্চিত পুঁজিৰ
ক্ৰেডিট নিশ্চিত পুঁজি

ক্ৰেডিট নিশ্চিত পুঁজি কি?

  • ক্ৰেডিটনিশ্চিত পুঁজি হৈছে কেন্দ্ৰীয় খণ্ডৰ একোটা আঁচনি।
  • এনে কিছু ঋণ দিওঁতা প্ৰতিষ্ঠান যিয়ে কোনো বন্ধক নোহোৱাকৈ কৃষক-উত্পাদক উদ্যোগসমূহ প্ৰয়োজনীয় অৰ্থৰ যোগান ধৰে, তেনে প্ৰতিষ্ঠানকক্ৰেডিট নিশ্চিত সহায় আগবঢ়োৱাটোৱে হৈছে ক্ৰেডিট নিশ্চিত পুঁজি আঁচনিৰ মুখ্য উদ্দেশ্য।
  • এনে ক্ৰেডিট নিশ্চিত পুঁজিসমূহ ক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘই কিছু ঋণ প্ৰদান কৰা প্ৰতিষ্ঠানৰ দ্বাৰা পৰিচালিত কৰে।