নিশ্চিত আচ্ছাদন লাভ কৰিবৰ বাবে ঋণ প্ৰদান প্ৰতিষ্ঠানেক্ষুদ্ৰ খেতিয়ক কৃষি-ব্যৱসায় সংঘৰ ওচৰত এক নিৰ্দিষ্ট আবেদন পত্ৰ পূৰাই আবেদন কৰিব লাগিব। উদাহৰণস্বৰূপে এপ্ৰিল-জুন মাহত অনুমোদিত ঋণ সুবিধা লাভৰ বাবে পৰৱৰ্তী কোৱাৰ্টাৰ অৰ্থাত্ জুলাই ছেপ্টম্বৰত আবেদন দাখিল কৰিব লাগিব।